দ্য গডফাডাৰ ১ আৰু ২: সৰ্বকালৰ দুখন অন্যতম শ্ৰেষ্ঠ ছবি

অপৰাধকেন্দ্ৰীক পৰিয়ালত জন্ম হৈ অপৰাধজনিত কাম-কাজৰ পৰা নিজকে আঁতৰাই, সেই বিলাকৰ এক নিৰাপদ দুৰত্বত অৱস্থান কৰি সম্পূৰ্ণ এটা বেলেগ জীৱন যাপন কৰিম বুলি ভবা সেই পৰিয়ালৰে এজন সন্তানে যেতিয়া বহু দিনৰ মূৰত ঘৰলৈ যুদ্ধৰ পৰা উভতি আহে, তেতিয়া হয়তো সেই সন্তানে ভাবিব পৰা নাছিল যে মানুহৰ কৰ্ম আদি সকলো সময় আৰু পৰিস্থিতিৰ দাস। পিতৃ তথা…

Italiano

Cinema Paradiso (1988): ‘Cinema Paradiso’ (‘Nuovo Cinema Paradiso’ in Italian) is based on the life and times of screenwriter/director Giuseppe Tornatore. It provides a evocative look at films and the effect they have on a young boy who grows up in and around the village movie theatre. It is made with love and appreciation for…

ৰকী: এজন অখ্যাত ব্যক্তিৰ এটা প্ৰখ্যাত কাহিনী

১৯৭৬ বৰ্ষটো ছবিজগতৰ বাবে এক উল্লেখযোগ্য বৰ্ষ বুলিয়েই ক’ব লাগিব। কাৰণ সেই বৰ্ষতে মুক্তি লভিছিল ‘টেক্সি ড্ৰাইভাৰ’, ‘অল দ্য প্ৰেছিডেন্টছ মেন’, ‘নেটৱৰ্ক’, ‘কেৰী’, ‘ৰকী’, ‘দ্য আউট ল’ জ’ছে ৱেলছ’, ‘স্মল ছেঞ্জ’ আদি ছবিয়ে। ইয়াৰ ভিতৰত ‘ৰকী’য়ে অস্কাৰৰ শ্ৰেষ্ঠ ছবিৰ বঁটা আজুৰি আনি সকলোকে আচৰিত কৰি তুলিছিল। সঁচা অৰ্থত ‘ৰকী’ সেই বছৰৰ শ্ৰেষ্ঠ নাছিল, কাৰণ ‘টেক্সি…

মিলিয়ন ডলাৰ বেবী: ইষ্টউডৰ এখন মাষ্টাৰপীছ

ক্লীন্ট ইষ্টউড্, ছবিজগত খনৰ এক চিনাকী নাম। ১৯৫৫ চনত অভিনয় জগত খনত খোজ দিয়া এই প্ৰৱীণ অভিনেতা তথা নিৰ্দেশক গৰাকীয়ে নিৰ্দেশনাৰ জগত খনত ভৰি দিছিল ১৯৭১ চনত ‘প্লে মিষ্টি ফৰ মি’ৰ জৰিয়তে। তেতিয়া হয়তো কোনেও ভবা নাছিল যে এদিন তেওঁৰ নামো শ্ৰেষ্ঠ নিৰ্দেশক সকলৰ নামৰ তালিকাত থাকিব বুলি। অভিনয়ত নিজৰ শ্ৰেষ্ঠতাৰ প্ৰমাণ দি যি অভিজ্ঞতা…

অসমীয়া ছবি আৰু YouTube

Some Assamese Movies available on YouTube || YouTube-ত উপলব্ধ কেইখনমান অসমীয়া ছবি:   ১) জয়মতী, ১৯৩৫(https://www.youtube.com/watch?v=QfomR90L7IE&pbjreload=10) ২) পিয়লী ফুকন, ১৯৫৫ (https://www.youtube.com/watch?v=2ozmVNyFE40&t=595s) ৩) নৰকাসুৰ, ১৯৬২ (https://www.youtube.com/watch?v=-4Uh7yi462w&feature=youtu.be) ৪) গঙা চিলনীৰ পাখি, ১৯৭৬ (https://www.youtube.com/watch?v=fIc1IJVE9nc&t=27s) ৫) আজলী নবৌ, ১৯৮০ (https://www.youtube.com/watch?v=v1MNoBpTF2M) ৬) উপপথ, ১৯৮০ (https://www.youtube.com/watch?v=EoUuNJX80I4&index=13&list=PL7yRqcveL0liqOMs3g-GMO1GIXoh8wh11) ৭) বোৱাৰী, ১৯৮২ (https://www.youtube.com/watch?v=S5PJVcF1r_8&t=909s) ৮) অপৰূপা, ১৯৮২ (https://www.youtube.com/watch?v=eo3tQLALiEs&t=39s) ৯) ঘৰ-সংসাৰ, ১৯৮৩ (https://www.youtube.com/watch?v=SXyTFW4T-Hg) ১০) সেন্দুৰ, ১৯৮৪…

কুৱেন্টিন টেৰেন্তিনো: সঁচা অৰ্থত এজন চলচিত্ৰ বিশেষজ্ঞ

ইঞ্জিনীয়াৰিঙৰ পঢ়ি থকা সময়ৰ কথা। তেতিয়া তেতিয়া চলচিত্ৰ জগত খনৰ পৰিষৰটোৰ সৈতে ইমান বিশেষ চিনাকী নাছিল। হলিউডৰ ছবি চাইছিলো যদিও সকলোকেইখন উন্নত মানদণ্ডেৰ ছবি বুলি একে আষাৰতে ক’ব নোৱাৰিম। ২০০৭ ব ২০০৮ হ’ব কিজানি। লগৰ তথা ছিনিয়ৰ বহুকেইজনৰ সংস্পৰ্শলৈ আহি হলিউডৰ বহু কেইখন উন্নত ছবি তথা ‘বিশ্ব চলচিত্ৰ’ৰ সৈতে চিনাকী হোৱাৰ সুযোগ পাইছিলো। তেতিয়াই ছিনিয়ৰ…

২০১৭ আৰু মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছ

মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছ, চমুকৈ এম.চি.ইউ.-ৰ জন্ম ২০০৮ চনত। বিশ্বপ্ৰসিদ্ধ মাৰ্ভেল কমিক্সৰ বিভিন্ন চৰিত্ৰৰ আধাৰত ছবি নিৰ্মাণ কৰি এই প্ৰযোজনা গোষ্ঠীটোৱে দিনক দিনে চমক দেখুৱাই আহিছে। ইখনৰ পাছন সিখন ছবিৰ সফলতাই তেওঁলোকৰ প্ৰতিদণ্ডী ডি.চি. এক্সটেণ্ডেড ইউনিভাৰ্ছক চেৰ পেলাই বহুদুৰ আগুৱাই আহিছে, যদিও কমিক্স হিচাপে ডি.চি. মাৰ্ভেলতকৈ বেছি সফল তথা জনপ্ৰিয়। ২০০৮ চনত আইৰণ মেনৰ জৰিয়তে এম.চি.ইউ.ৱে…

Thor-Ragnarok: Carnival of the Gods

With every movie Marvel Cinematic Universe is getting better day by day. With some unique and different ideas they are miles ahead of their counterpart DC Movies. Apart from the popularity of Marvel comic heroes, MCU movies are wittier than the DC movies, and I think that’s the main reason of their success. Marvel’s recent…

মাজ ৰাতি কেতেকী: কেতেকীৰ মাতৰ দৰেই সুৰীয়া এখন ছবি

আমাৰ জীৱনটো কিছুমান মূহুৰ্ত্তৰ সমষ্টি। এই ভিন ভিন মূহুৰ্ত্ত বিলাকৰ মাজৰে কিছুমান এনে কিছুমান মূহুৰ্ত্ত থাকে যিবিলাকে আমাৰ জীৱনত গভীৰভাৱে ৰেখাপাত কৰে। এনে কিছুমান মূহুৰ্ত্তই আমাক অনুপ্ৰাণিত কৰে আৰু আন কিছুমান মূহুৰ্ত্তক জীৱনত আকৌ সন্মুখীন নোহোৱাটো আমি মনে-প্ৰাণে কামনা কৰো। ঠিক একেই কথা যেন খাটে এখন কথাছবি বা এখন গ্ৰন্থৰ ওপৰতো। ‘মাজ ৰাতি কেতেকী’ ঠিক…

বয়হুড: এখন লিনক্লেটাৰৰ মাষ্টাৰপীছ

জীৱনটো সঁচা অৰ্থত কি? কিছুমান সৰু সৰু মূহুৰ্ত্তৰ সমষ্টিয়েই নহয় জানো? দেৱালত গ্ৰেফিটি অঁকা, প্ৰথমবাৰৰ বাবে গল্ফ খেলা, দেউতাকৰ লগত কেম্পিং কৰা, প্ৰথমবাৰৰ বাবে বিয়েৰ খোৱা, প্ৰেমত পৰা আদি এনে কিছুমান মুহুৰ্ত্ত। এনে কিছুমান মূহুৰ্ত্তৰ মাজেদিয়েই আমাৰ জীৱনটো আগবাঢ়ে। ‘বিফৰ ত্ৰিলোজী’ (‘বিফৰ চানৰাইজ’, ‘বিফৰ চানছেট’ আৰু ‘বিফৰ মিডনাইট’)-ৰ বাবে জনাজাত ৰিচাৰ্ড লিনক্লিটাৰৰ ‘বয়হুড’ ছবিখন জীৱনৰ…

দা বাৰ্ডছ্ : হিট্ছককৰ এক সাঁথৰ

ৰহস্যধৰ্মী, থ্ৰীলাৰ তথা অপৰাধমূলক ধৰ্মী কথাছবিৰ জনক বুলি ক’লে মোৰ মনলৈ আহে আলফ্ৰেড হিট্ছককৰ নাম। ‘দা ৩৯ ষ্টেপ্ছ’ (১৯৩৫), ‘নট’ৰিয়াছ’ (১৯৪৬), ‘ষ্ট্ৰেঞ্জাৰছ অন এ ট্ৰেইন’ (১৯৫১), ‘ৰিয়েৰ ৱিনডো’ (১৯৫৪), ‘ডায়েল এম ফৰ মাৰ্ডাৰ’ (১৯৫৪), ‘ভাৰ্টিগো’ (১৯৫৮), ‘নৰ্থ বাই নৰ্থৱেষ্ট’ (১৯৫৯), ‘ছাইকো’ (১৯৬০) আদি বিশ্ববিখ্যাত ছবিসমূহৰ যোগেদি তেওঁ বিশ্ববাসীৰ মাজত জনপ্ৰিয় কৰি তুলিছিল এই বিশেষ জনৰ’টোক।…

২০০১: এ স্পেচ ওডেচী – ছবিজগতৰ এক সাঁথৰ

  পৃথিৱীখন নানা ধৰণৰ ৰহস্যৰে পৰিপূৰ্ণ। কেতিয়াবা আমাৰ জীৱনত এনে কিছুমান ঘটনা ঘটে যাৰ অৰ্থ উলিয়াবলৈ আমাক বহু সময় লাগে, কেতিয়াবা সেই অৰ্থৰ উত্তৰ দিবলৈ আমি অপৰাগ হৈ পৰো। সেইয়া কালক্ৰমত হৈ পৰে এক ৰহস্য। এইটো সঁচা যে দৈনন্দীন বিজ্ঞানে নানা ধৰণৰ আৱিষ্কাৰেৰে পৃথিৱীৰ বহুতো ৰহস্যৰ পম খেদি উলিয়াবলৈ সক্ষম হৈছে। তথাপিও থাকি গৈছে বহু…